
- শংকৰদেৱে প্ৰথম বৰগীতটো ক’ত ৰচনা কৰিছিল ? – বদৰিকাশ্ৰমত
- প্ৰথমবাৰ তীৰ্থভ্ৰমনণত শংকৰদেৱে কিমান সময় খৰচ কৰিছিল ? – প্ৰায় ১২ বছৰ
- শংকৰদেৱে ৰামায়ণৰ কোনটো খণ্ড অনুবাদ কৰিছিল – উত্তৰাকাণ্ড
- শংকৰদেৱৰ গুণমালা’ত থকা পদৰ সংখ্যা – ৩৭৭ টা
- শংকৰদেৱৰ গুণমালাখন ৰচিত – ৬ আখৰীয়া ছন্দত
- শংকৰদেৱৰ অনুবাদ গ্ৰন্থৰ ভিতৰত শ্ৰেষ্ঠখন হ’ল – দশম
- শংকৰদেৱে মূল দশম স্কন্ধৰ কিমানটা অধ্যায় অনুবাদ কৰিছিল ? – ৪৯ টা
- শংকৰদেৱে অনুবাদ কৰা দশমৰ অংশটোক কোৱা হয় – আদি দশম
- শংকৰদেৱৰ ‘ৰুক্মিণী হৰণ’ কাব্যৰ মূল হ’ল – হৰিবংশ আৰু ভাগবত
- মাধৱদেৱৰ জীৱনৰ শ্ৰেষ্ঠতম ৰচনা হ’ল – নামঘোষা
- নামঘোষাৰ বেছিভাগ শ্লোক – বিভিন্ন পুৰানৰ
- শংকৰদেৱৰ কবিত্বৰ শ্ৰেষ্ঠ নিদৰ্শন আৰু অসমীয়া সাহিত্যৰ কৃতিস্তম্ভ কোনখন ? – কীৰ্তন
- কোন বংশত শংকৰদেৱৰ জন্ম হৈছিল ? – বাৰভূঞা
- মাধৱদেৱৰ জন্ম হৈছিল ? – নাৰায়ণপুৰ
- বৰপেটা সত্ৰ স্থাপন কৰিছিল – মাধৱদেৱে
- মাধৱদেৱে অনুবাদ কৰিছিল ৰামায়ণৰ – আদিকাণ্ড
- মাধবদেৱ ৰাজসূয় কাব্য কাৰ অনুৰোধত লিখিছিল ? – অনন্ত কন্দলি
- কাৰ নিৰ্দেশত মাধবদেৱ আদিকাণ্ড ৰচনা কৰিছিল ? – শংকৰদেৱ
- শংকৰদেৱৰ ওচৰত শৰণ লোৱাৰ আগতে মাধবদেৱ কি পন্থাৰ লোক আছিল ? – বৌদ্ধ
- মাধবদেৱৰ বৰগীতত কেইটা ৰাগ পোৱা যায় – ২৯
- ‘শ্ৰীমন্ত শংকৰ হৰি ভকতৰ যানা যেন পৰম গুৰু’ ভটিমাটিৰ ৰচক কোন – মাধবদেৱ
- মাধবদেৱৰ পিতৃৰ নাম হ’ল – গোবিন্দগিৰি
- চন্দ্ৰভাৰতী নামে কোনজন কবি প্ৰখ্যাত – ভট্টদেৱ
- ‘মহাভাৰতৰকবি’ বুলি জনাজাত ? – ৰামসৰস্বতী
- পুৰণি অসমীয়া সাহিত্যত আটাইতকৈ বেছি পদ ৰচনা কৰা কবিজন হ’ল – ৰামসৰস্বতী
- বধকাব্যৰ ৰচক কোন – ৰামসৰস্বতী
- বধকাব্যক ‘ৰূপক কাব্য’ আখ্যা দিছিল – বাণীকান্ত কাকতিয়ে
- ৰামসৰস্বতীৰ আটাইতকৈ জনপ্ৰিয় পুথিখন হ’ল – ভীমচৰিত
- মুকুন্দকিংকৰ বুলি কাক কোৱা হয় – ৰামসৰস্বতী
- ৰাম সৰস্বতী কোন শতিকাৰ কবি – ষোড়শ
- ভট্টদেৱৰ জন্ম কেতিয়া হৈছিল – ১৫৫৮
- অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন – ভট্টদেৱ
- শৰণ-সংগ্ৰহ পুথিখনৰ ৰচক – ভট্টদেৱ
- কথা-গীতাৰ ৰচক – ভট্টদেৱ
- ভট্টদেৱৰ মৃত্যুৰ চন – ১৬৩৮ চনত
- কেহোকলি সন্নিৱিষ্ট মুঠ চুটিগল্প সংখ্যা – ১৪ টা
- লক্ষ্মীনাথ বেজবৰুৱা এক মাত্ৰ কবিতা পুথি খন হ’ল – কদম কলি
- লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ কোনখন অধিবেশন ৰ সভাপতি আছিল – সপ্তম
- ড° ভবেন্দ্ৰনাথ নাথ শইকীয়াই কিমান চনত ‘শ্ৰীমন্তশংকৰদেৱ’ বটা লাভ কৰিছিল – ১৯৯৮
- ‘সফুৰা’ নামৰ শিশু আলোচনী খনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল – ড° ভবেন্দ্ৰনাথ নাথ শইকীয়াই
- চৈয়দ আব্দুল মালিকে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমি বটা লাভ কৰিছে – অঘৰী আত্মাৰ কাহিনী
- জোনাকী যুগৰ ত্ৰিমূৰ্তি হ’ল – চন্দ্ৰকুমাৰ-লক্ষ্মীনাথ-হেমচন্দ্ৰ
- ‘তুমি’ কাব্যখনৰ স্ৰষ্টা কোন – অম্বিকাগিৰীৰায়চৌধুৰী
- ‘The Ancient Songs’ নামৰ কাব্য সংকলনটি কোনগৰাকী অসমীয়া কবিৰ কবিতাৰ ইংৰাজী কাব্যৰূপ – হীৰেনভট্টাচাৰ্য
- সত্যপ্ৰসাদবৰুৱাই শ্বেইক্সপীয়েৰৰ কোনখন নাটকৰ অসমীয়া ভাঙনি কৰিছে – অ’থেলো
- ৰাস্না বৰূৱা ছদ্মনামেৰে বিৰিঞ্ছি কুমাৰ বৰুৱাই লিখা উপন্যাসখন হ’ল – সেউজী পাতৰ কাহিনী
- নিমাতী কইনা কাৰ নাটক – জ্যোতিপ্ৰসাদআগৰৱালা
- ভবেন্দ্ৰনাথ শইকীয়া স্ৰেষ্ট চলচিত্ৰৰ বটা পোৱা চলচিত্ৰ কোনখন – অঘ্নিস্নান
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক ‘দেৱ’ উপাধি কোনে দিছিল – মহেন্দ্ৰ কন্দলী
- প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম কি – ৰাম নৱমী
- কোনখন শিশু গ্ৰন্থৰ বাবে ড° নিৰ্মলপ্ৰভাবৰদলৈয়েশিশু সাহিত্যৰ ৰাষ্ট্ৰপতি বটা লাভ কৰে – চিলচিলচিলাবাগিবিলমিলা
- ড° ভবেন্দ্ৰনাথশইকীয়াৰ আত্মজীৱনীৰ নাম হ’ল – জীৱনবৃত্ত
Mam aponi Diya Assamese language questions khini bahut Val lagise porhi.anekuwa aru questions Di thakibo. Computer and English PDF dibo son please